বুৰঞ্জী

গু‌ৱাহাটী পৌৰ নিগমৰ জন্ম হৈছে গু‌ৱাহাটী পৌৰ নিগম ধাৰা ১৯৭১ৰ ফলশ্ৰুতিত । এই ধাৰাৰ অধীনৰ ৪৫ অংশৰ নিয়মমতে ১৯৭৪ চনত প্ৰথম নিৰ্বাচিত কাউন্সিলৰসকলৰ জৰিয়তে গু‌ৱাহাটী পৌৰ নিগম গঠিত হৈছিল । মহানগৰৰ বিভিন্ন প্ৰান্তত অৱলস্থিত ইয়াৰ ভিন্ন শাখা বা কোষসমূহক গু‌ৱাহাটী পৌৰ নিগমে প্ৰশাসনীয়ভা‌ৱে নিয়ন্ত্ৰণ কৰে ।