প্ৰশাসনীয় গোট (Administrative Body)

আয়ুক্তই হৈছে নিগমৰ শীৰ্ষ কাৰ্যবাহী বিষয়া । তেওঁক সহযোগ কৰিবৰ বাবে থাকে অতিৰিক্ত আয়ুক্ত আৰু যুটীয়া আয়ুক্তসকল । ৰাজহু‌ৱা কাম-কাজ বিভাগটো দুজন মুখ্য অভিযন্তাৰদ্বাৰা পৰিচালিত হয় । গেৰেজ আৰু পানী বিভাগটোৰ প্ৰত্যেকেই অধীক্ষক অভিযন্তাৰ একোজনৰদ্বাৰা পৰিচালিত হয় । একাউন্ট শাখাটো আকৌ পৰিচালনা কৰে একোজন বিত্তীয় উপদেষ্টা, মুখ্য একাউন্টছ আৰু অদিট বিষয়াৰদ্বাৰা । প্ৰতিটো সংমণ্ডলীয় কাৰ্যালয় চো‌ৱাচিতা কৰে জিলা উপায়ুক্তই । অন্যহাতে, প্ৰতিটো জন কাৰ্য বিভাগ পৰিচালনা কৰে একোজনকৈ কাৰ্যবাহী অভিযন্তাই ।

গু‌ৱহাটী পৌৰ নিগমৰ কাৰ্যবাহী গোট

ক্ৰমাংক নাম পদবী দূৰভাষ নং ফেক্স ই-মেইল
শ্ৰীমতী মনালিছা গোস্বামী, আই.এ.এছ আয়ুক্ত ০৩৬১-২৫৪০৫২৫ ০৩৬১-২৬৩১৮০০ guwahaticom@gmail.com
দ্বিজেন সিং, এ.ছি.এছ. অতিৰিক্ত আয়ুক্ত +৯১-৭০৮৬০৫৩৯২২ singhdwijen14@gmail.com
দেৱ কুমাৰ মিশ্ৰ, এ.ছি.এছ. যুটীয়া আয়ুক্ত +৯১-৭০৮৬০২৮৩৪০ jcgmc.ghy@gmail.com
দেবজিত বৰুৱা, এ.ছি.এছ. পৌৰ সম্পাদক +৯১-৯৪৩৫১০৩৬৫৫ debajitbaruah302@gmail.com
শ্ৰীমতী লনীবৰপাত্ৰ গোহাঁই, এ.ছি.এছ্‌. সংগ্ৰাহক +৯১-৭০৮৬০৫৩৯২৩ loninyangfa@gmail.com
তছদিকুৰ ৰহমান মুখ্য অভিযন্তা ২ +৯১-৯৮৬৪০৩৪৩৭৬ cetasdique@gmail.com