কাৰ্যালয়সমূহ (Offices)

মুখ্য কাৰ্যলায়সমূহ

শাখা: স্থান:
একাউন্টছ শাখা, নগদ আৰু পি.এফ, নজৰত, বাণিজ্য অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(কেন্দ্ৰীয় ক্ষেত্ৰ), কেন্দ্ৰীয় ৰেজিষ্ট্ৰী পানবজাৰ, গু‌ৱাহাটী -১

শাখাসমূহ

শাখা স্থান
গৃহ অনুজ্ঞা(HSUI সহিতে), বজাৰ, নামজাৰী শাখা, হোৰ্ডিং আৰু বিজ্ঞাপন, কাউন্সিল, NRY, কম্পিউটাৰ কোষ, ন্যায়িক কোষ, ৰাজ্যিক কোষ, পেৰচন্নেল এণ্ড এচটাব্লিছমেন্ট, ৰাজহু‌ৱা কৰ্ম (খ বিভাগ)) উজান বজাৰ,গু‌ৱাহাটী-১
JnNURM কোষ প্ৰথম মহলা, নবীন নগৰ, লেম্ব ৰোড, আমবাৰী, গু‌ৱাহাটী-১
ৰাজহু‌ৱা কৰ্ম (ঘ বিভাগ) পূব দীঘলীপুখুৰী, গু‌ৱাহাটী-১
নীতিগতকৰণ (Enforcement) উত্তৰ দীঘলীপুখুৰী, জিলা আৰু সত্ৰ ন্যায়ালয়ৰ ওচৰত, গু‌ৱাহাটী-১
গেৰেজ শাখা (মৃত শ আৰু নিশা ভূমি নিষ্কাষণ শাখা সহিতে), ইলেক্ট্ৰিকেল বিভাগ মৰাশালী, উলুবাৰী ফ্লাই অ’ভাৰৰ ওচৰত, গু‌ৱাহাটী-৭
স্বাস্থ্য আৰু নিৰাময়কৰণ, পশু চিকিৎসা, বাণিজ্যিক অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ (পশ্চিম খণ্ড), ধীৰ গতিৰে যো‌ৱা বাহন (SMV) ফাঁচী বজাৰ, গু‌ৱাহাটী-১
ৰাজহু‌ৱা কৰ্ম (ক বিভাগ) ভৰলুমুখ, ফুট ব্ৰীজৰ সমীপত, গু‌ৱাহাটী-৯
ৰাজহু‌ৱা কৰ্ম (চ বিভাগ), বাণিজ্যিক অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ (লখৰা খণ্ড) লখৰা, গু‌ৱাহাটী-৩৪
ৰাজহু‌ৱা কৰ্ম (ছ বিভাগ), বাণিজ্যিক অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ (দিছপুৰ খণ্ড) লাষ্ট গেট, দিছপুৰ,গু‌ৱাহাটী-৫
ৰাজহু‌ৱা কৰ্ম (গ বিভাগ), বাণিজ্যিক অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ (পূ‌ৱ খণ্ড) জু তিনিআলি, ৰাধা গোবিন্দ বৰু‌ৱা পথ, গু‌ৱাহাটী-২৪
বাণিজ্যিক অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ (দক্ষিণ খণ্ড) দক্ষিণ শৰণীয়া, গু‌ৱাহাটী -৭৮১০০৭
ডাম্পচাইট পশ্চিম বৰাগাওঁ, গু‌ৱাহাটী
জলযোগান পানবজাৰ, গু‌ৱাহাটী-১