বিভাগসমূহ (Divisions)

ৰাজহু‌ৱা কাম-কাজ আৰু সুবিধাৰ বাবে নিগমৰ ক্ষেত্ৰখনক ছটা বিভাগক ভাগ কৰা হৈছে । প্ৰতিটো বিভাগেই একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ অধীনত চলে ।

ক্ৰমাংক বিভাগৰ নাম অন্তৰ্গত ‌ৱাৰ্ডসমূহ
বিভাগ-I ১,২,৩,৪,৫,৭ আৰু ৮
বিভাগ-II ১০,১১,১২ আৰু ১৩
বিভাগ-III ১৯,২০,২১,২২,২৩ আৰু ২৪
বিভাগ-IV ৯,১৪,১৫ আৰু ১৮
বিভাগ-V ২৫,২৬,২৮,২৯,৩০ আৰু ৩১
বিভাগ-VI ৬,১৬,১৭ আৰু ২৭