খণ্ডসমূহ (Zones)

বাণিজ্যিক অনুজ্ঞাপত্ৰ, সম্পত্তি কৰ আৰু হিচাপ-নিৰ্ণয়ৰ বাবে নিগমৰ ক্ষেত্ৰখনক ৬টা খণ্ডত বিভক্ত কৰা হৈছে । প্ৰতিটো খণ্ডকেই একোজন উপায়ুক্তই পৰিচালনা কৰে ।

ক্ৰমাংক খণ্ডৰ নাম অন্তৰ্ভুক্ত ‌ৱাৰ্ডসমূহ
পশ্চিম খণ্ড ১,২,৩,৪,৫,৭ আৰু ৮
কেন্দ্ৰীয় খণ্ড ১০,১১,১২ আৰু ১৩
দক্ষিণ খণ্ড ৯,১৪,১৫ আৰু ১৮
পূ‌ৱ খণ্ড ১৯,২০,২১,২২,২৩ আৰএ ২৪
দিছপুৰ খণ্ড ২৫,২৬,২৮,২৯,৩০ আৰু ৩১
লখৰা খণ্ড ৬ ,১৬,১৭ আৰু ২৭