নিগমৰ বজাৰ (Municipal Market)

১) নিগমৰ বিভিন্ন বজাৰসমূহ হ’ল –

১) ফাঁচী বজাৰ মাৰ্কেট

২) নতুন বজাৰ, এম.এচ. ৰোড, ৪ নং গে’ট, পুৰণা কাৰাগাৰৰ সমীপত ।

৩) উজান বজাৰ মাৰ্কেট

৪) চান্দমাৰী ফ্লাই অভাৰ বজাৰ

৫) পল্টন বজাৰ মাৰ্কেট

৬) গণেশগুৰি মাৰ্কেট

৭) বেটকুছীৰ পাইকাৰী মাছৰ বজাৰ

৮) ফটাশিল বজাৰ

৯) দিশপুৰ ছুপাৰ-মাৰ্কেট

১০) চান্দমাৰী কলনী বজাৰ

১১) উলুবাৰী বজাৰ

১২) শান্তিপুৰ আৰু ভূতনাতৰ বাঁহৰ বজাৰ

২) নিগমৰ বজাৰত দোকান দিবৰ বাবে অনুমতি লো‌ৱাৰ প্ৰক্ৰিয়া : দোকানৰ অনুমতি উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি নিবিদা যোগে হয় ।

৩) দোকানৰ ভাড়াৰ নিৰিখ

ফাঁচী বজাৰ মাৰ্কেট তলৰ মহলাৰ দোকান: ১০ টকা প্ৰতি বৰ্গ ফুটপ্ৰথম মহলা: ৫টকা প্ৰতি বৰ্গ ফুট

তলৰ মহলা আৰু প্ৰথম মহলাৰ মাজৰ কোনো দোকান: ৭ টকা প্ৰতি বৰ্গ ফুট

নতুন বজাৰ, এম.এচ. ৰোড, ৪ নং গে’ট, পুৰণা কাৰাগাৰৰ সমীপত । ৩ টকা প্ৰতি বৰ্গ ফুট
উজান বজাৰ মাৰ্কেট ৩.৫০ টকা প্ৰতি বৰ্গ ফুট
চান্দমাৰী ফ্লাই অভাৰ বজাৰ ৪ টকা প্ৰতি বৰ্গ ফুট
পল্টন বজাৰ মাৰ্কেট ৪ টকা প্ৰতি বৰ্গ ফুট
গণেশগুৰি মাৰ্কেট ২৬০ টকা প্ৰতি মাহে,৩১৫ টকা প্ৰতি মাহে,

৪৮০ টকা প্ৰতি মাহে

বেটকুছীৰ পাইকাৰী মাছৰ বজাৰ ১০০০ টকা প্ৰতি মাহে
ফটাশিল বজাৰ ৩.৫ টকা প্ৰতি বৰ্গ ফুট
দিশপুৰ ছুপাৰ-মাৰ্কেট ৩.৫ টকা প্ৰতি বৰ্গ ফুট
চান্দমাৰী কলনী বজাৰ ২ টকা প্ৰতি বৰ্গ ফুট
উলুবাৰী বজাৰ ৩ টকা প্ৰতি বৰ্গ ফুট
শান্তিপুৰ আৰু ভূতনাতৰ বাঁহৰ বজাৰ শান্তিপুৰ – ২০০০ টকা প্ৰতি মাহেভূতনাথ – ১২৫০ টকা প্ৰতি মাহে

 

৪) এখন দোকান দিবৰ বাবে অন্য চৰ্তা‌ৱলী: অনুগ্ৰহ কৰি এই ফাইলটো চাওঁক – বজাৰ নিৰ্দেশনা

 

৫) নিগমৰ বজাৰৰ বীমা সম্বন্ধীয় তথ্য: সংশ্লিষ্ট ব্যক্তিসকলে নিজাববীয়াভা‌ৱে বীমা কিনিব লাগিব ।

 

৬) লীজত দিয়া বজাৰৰ তালিকা :

          ক) বেলতলা পষেকীয়া বজাৰ

খ) উজানবজাৰ মাৰ্কেট

গ) কছাৰীঘাট বজাৰ (** নিবিদা এতিয়ালৈকে আহ্বান কৰা হো‌ৱা নাই)

ঘ) দিছপুৰ চুপাৰ মাৰ্কেট

ঙ) ফটাশীল বজাৰ (নিৰ্মীয়মান, নিবিদা এতিয়ালৈকে আহ্বান কৰা হো‌ৱা নাই)

চ) ছাগলীৰ বজাৰ (ভূতনাথ, ভৰলুমুখ)