পথৰ কাষৰ বিজুলী বাতি : (Street lighting)

পথৰ কাষৰ বিজুলী বাতি সম্বন্ধীয় যিকোনো ধৰণৰ অভিযোগ প্ৰত্যক্ষভা‌ৱে গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰৰ ওচৰত নতুবা ইলেক্ট্ৰিকেল বিভাগ, গু‌ৱাহাটী পৌৰ নিগম , নেহৰু ষ্টেডিয়াম, উলুবাৰীলৈ গৈ দাখিল কৰিব পাৰিব ।

১) অভিযোগ আৰু অনুসন্ধানৰ বাবে , হিতেন ডেকা, ইলেক্ট্ৰিকল বিভাগ, গু‌ৱাহাটী পৌৰ নিগম,+৯১-৭০৮৬০-৫৩৯৯১

২) নিয়ন্ত্ৰণ কক্ষ : +৯১৮৮১১০-০৭০০০