গোটা পেলনীয়া বস্তুৰ ব্য‌ৱস্থাপনা: (Solid Waste management)

 

  • দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে পানীযোগান আৰু ইলেক্ট্ৰিকেল বিভাগৰ কাম-কাজ বাদ দি নিগমৰ ৬ টা বিভাগৰ অন্তৰ্গত এলেকাত পথ আৰু নলা-নৰ্দমাৰ চো‌ৱা-চিতা কৰা ।
  • পু‌ৱা ৮.৩০ বজাৰপৰা ৫ বজালৈকে এই       নিৰ্ধাৰিত সময় উলংঘন কৰিলে জৰিমণা ভৰিব লাগিব । জৰিমণাৰ পৰিমাণ ৫০০টকাৰপৰা ৫০০০টকা পৰ্যন্ত হ’ব পাৰে ।
  • জৰিমণা সংগ্ৰহ কৰিবৰ বাবে গু‌ৱাহাটীৰ ৩১টা ‌ৱাৰ্ডত ৩১টা স্বেচ্ছাসে‌ৱী অনুষ্ঠানক দায়িত্ব দিয়া হৈছে ।
  • ব্য‌ৱসায়ৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ স্বেচ্ছাসে‌ৱী অনুষ্ঠানসমূহৰ জৰিয়তে প্ৰদান কৰা হয় ।
  • যিকোনো ধৰণৰ অভিযোগ বা অনুসন্দানৰ বাবে সাহাৰ্য প্ৰদানকাৰী ফোন নম্বৰ হৈছে – +৯১৮৮১১০-০৭০০ (এই একেটা নম্বৰ হো‌ৱাটছআপতো উপলব্ধ ।)
  • জনসাধাৰণে গু‌ৱাহাটী মেট্ৰপলিটান কোৰ্পৰেশ্যনৰ ফেচবুক পৃষ্ঠাটিটো অভিযোগ দাখিল কৰিব পাৰে ।
  • অভিযোগ নিষ্পত্তিকৰণৰ পাছত ফলাফল বা অভিযোগ সম্বন্ধীয় বক্তব্যখিনি সংশ্লিষ্ট অভিযোগকাৰীক জনো‌ৱা হয় ।

 

স্বেচ্ছাসে‌ৱী অনুষ্ঠানৰ তালিকা  (list of NGOs)

ক্ৰমিক নং ‌ৱাৰ্ড নং স্বেচ্ছাসে‌ৱী অনুষ্ঠানৰ নাম যোগাযোগৰ ব্যক্তি যোগাযোগৰ নম্বৰ অতিৰিক্ত নম্বৰ
উদয়ন সামাজিক কল্যান ম: আকবৰ হুছেইন ৯৯৫৭০৪৭৮৬৭ ৯৭০৭৬৬৩০৫২
যু‌ৱ প্ৰেৰণা এনজিঅ’ পল্লব মেধি /পুলক তামুলী ৯৮৬৪৪৩৮৯২১ ৯৮৬৪১৫০৫১৬
ন‌ৱ প্ৰগতি উন্নয়ন সমিতি অপূৰ্ব কুমাৰ ৯৭০৬৭৮৭৪০৯ ৯৬১৩৫৩০০৯৭
শ্যামকাণু সামাজিক কল্যাণকামী অনুষ্ঠান ৰাজী‌ৱ বৰা ৯৮৬৪৯১৩১৫৬ ৯৭০৬৬৩৫০৮৭
পূবেৰুণ সামাজিক কল্যাণ কনক দাস ৯৮৫৯৪৮৩৩৭৩ ৯৯৫৭২১৯৯৮২
শি‌ৱংগ এনজিঅ’ ধ্ৰু‌ৱজিৎ কলিতা ৮৮১১০৮৯২১৬ ৭৬৭০০০৫০৪৫
উদয়ন সামাজিক কল্যাণ ম: আকবৰ হুছেইন ৯৯৫৭০৪৭৮৬৭ ৯৭০৭৬৬৩০৫২
নবদীপ সামাজিক কল্যাণ সমিতি মন্দু কমাৰ দাস ৯৯৫৪২৩৩০৭২ ৯৮৫৯৪২৬০১২
আকাশী এনজিঅ’ মিনাক্ষী দাস / ৰূপক দাস ৯৫৭৭৭৩৫১৫৬ ৯৮৫৪১৬৮৩১৩
১০ ১০ জী‌ৱন সাথী সামাজিক কল্যাণ সমিতি মৃনাল চক্ৰ‌ৱৰ্তী ৯৮৬৪০২২৩৩৭ ৯৮৬৪৮০৫৩৮৪
১১ ১১ শুভকাংক্ষা বাহাৰুল আলি ৯৮৬৪৫৩৫৯৭৯ ৯৮৫৯১৯৩১৪৬
১২ ১২ বহ্নিশিখা হিৰনমণি ফুকন ৯৮৬৪এ২০৮৩৮৯ ৮৮২২২১৯০৯৮
১৩ ১৩ ন‌ৱৰূপ এনজিঅ’ খৈৰূল হক ৯৭০৬৯১৬০৪৫ ৯৭০৬১৮৩৪৪৬
১৪ ১৪ সুৰুজ তগৰ শৰ্মা ৯৮৫৯২০৯৫২৯ ৯৮৫৪৫৩০৩৯৭
১৫ ১৫ অস্তিত্ব দিলিপ দাস/চাফি ৮৪৭৪০৭৭৮৮৫ ৯৮৬৪১৫০৫১৬
১৬ ১৬ বন্দে বিশ্ব কুমাৰ ঘোষ ৯৪৩৫১১৮০৪৬ ৮৪৮৬৭২৩৩৮০
১৭ ১৭ নিউ এভাৰগ্ৰীন এনজিঅ’ বিপুল হালৈ ৯৮৬৪৬২৩৭৪৪ ৯৭০৬১৩৮১১৮
১৮ ১৮ প্ৰগতি সংঘ ববিতা বৰা ডেকা ৯৮৬৪২৩৮৮২০ ৯৮৫৯৫৪৮৫১০
১৯ ১৯ সুপ্ৰভাত সমাজকল্যান সমিতি মনচুৰ আলি আহমেদ ৯৮৬৪০৮৩১৭৭ ৯৭০৬৮৪১৬৩৭
২০ ২০ গীতাঞ্জলী জয়ন্ত বড়ো ৯৮৬৪৩২২৭৯৮ ৯৮৬৪৯৬৬৮১১
২১ ২১ মা কামাখ্যা দিলিপ বৰ্মন ৯৮৬৪১৭৭২১১ ৮৮২২১৭৭২১১
২২ ২২ প্ৰাগজ্যোতিষ সমাজকল্যাণ সমিতি তনু ৰাম ডেকা ৮৮২২৬৮১৭৬ ৯৯৫৭৫২৩১০৪
২৩ ২৩ সমন্বয় গোষ্ঠী পংখী মহন্ত বৈশ্য ৯৪৩৫১১১৩৩৬ ৯০৮৫০২১৩৪১
২৪ ২৪ আমাৰ প্ৰয়াস দিন নাথ পাটো‌ৱাৰী ৯৯৫৭৪৬৮২৬২ ৭৬৭০০০৮২৬২
২৫ ২৫ উত্তৰণ সমাজকল্যাণ সমিতি শৈলেন কুমাৰ দাস ৯৪৩৫০৪৫৪৮৬ ৯৮৫৯৯৬৪০৪৩
২৬ ২৬ উত্তৰণ সমাজকল্যাণ সমিতি শৈলেন কুমাৰ দাস ৯৪৩৫০৪৫৪৮৬ ৯৮৫৯৯৬৪০৪৩
২৭ ২৭ ভাৰতী যু‌ৱ শক্তি এনজিঅ’ নৰেন দাস ৯৮৬৪০৩০৯০৪ ৯০৮৫৭৫৮২১২
২৮ ২৮ এনাজৰী দিগন্ত কলিতা ৯৮৬৪০৪৯০৭৩ ৯৮৫৪৩৭৪৬৯৯
২৯ ২৯ অৰিয়’ন সমিতি কৃষ্ণ বৰা ৯৮৬৪৯১১৯৪৯ ৯৮৫৯৫৪৪৯২৪
৩০ ৩০ প্ৰাগজ্যোতিষ সমাজকল্যাণ সমিতি তনু ৰাম ডেকা ৮৮২২৬৮১৭৬ ৯৯৫৭৫২৩১০৪
৩১ ৩১ লোককল্যাণ সামাজিক সন্থা লাবণ্য কুমাৰ দাস ৯৪৩৫৫৫২২৪০ ৯৮৫৯০৭৪২৯২