বাহন ৰখো‌ৱা ঠাই (Vehicle Parking)

 

২০১৫-১৬ বৰ্ষৰ বাবে গু‌ৱাহাটী পৌৰ নিগমৰ অধীনত তলত দিয়া স্থানসমূহ সম্ভাব্য বাহন ৰখো‌ৱা স্থান হিচাপে নিৰূপণ কৰা হৈছে ।( ১২ মাহৰ বাবে , ০১.০৪.২০১৫ ৰ পৰা ৩১.০৩.২০১৬ তাৰিখলৈকে)

ক্ৰমাংক. পথৰ নামে বাহন ৰখো‌ৱা ঠাইৰ বি‌ৱৰণ দুৰত্ব(অনুমানিক) মিটাৰত
জি.এচ. ৰোড ছয়মাইল ফ্লাই অভাৰৰ দিছপুৰ দিশে থকা মূৰৰপৰা (কামৰূপ অটো ইলেক্ট্ৰিক হাউছ) কনকলতা পথৰ সিটো মূৰে(পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১৭৬
জি.এচ. ৰোড কণকলতা পথৰ পৰা ৰিবক শ্বোৰুমলৈকে(পূ‌ৱ দিশে) (কোণীয়া ৰখো‌ৱা ঠাই) ১৪৫
জি.এচ. ৰোড দুৰ্গাৰাম দাস কমপ্লেক্সৰপৰা (হাইটেক মটৰছ) অজয় হোটেললৈকে(পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৮০
জি.এচ. ৰোড মাৰ্বল প্লাজাৰপৰা প্ৰগতি কমপ্লেক্সলৈকে (পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই ১৩০
জি.এচ. ৰোড পেন্টালুনৰ প্ৰ‌ৱেশপথৰপৰা উইকো বেংকলৈকে(চিটি বাছ স্টপ বাদ দি)(পূ‌ৱ দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ২৮০
জি.এচ. ৰোড বেকাৰ্ছ স্পেছিয়েলৰপৰা সংগম ষ্টীল হাৰ্ড‌ৱেৰলৈকে (হানু বড়ো পইন্টৰ সমীপত)(পশ্চিম দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ৮০
জি.এচ. ৰোড বিল্ড ‌ৱৰ্থ প্ৰাইভেট লিমিটেডৰপৰা নিউজ লাইভলৈকে (পশ্চিম দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ১৪৭
জি.এচ. ৰোড প্ৰগতি মনৰপৰা ‌ৱিলছ্ লাইফষ্টাইল(পশ্চিম দিশ)(সমান্তৰাল ৰখ‌ো‌ৱা ঠাই) ১৪০
জি.এচ. ৰোড গু‌ৱাহাটী চেনিটেৰীৰৰপৰা চিলভাৰ স্কোয়াৰলৈকে (পশ্চিম দিশ)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৬০
১০ জি.এচ. ৰোড শ্ৰী মংগল(সন্তোষ স্টোৰ)ৰ পৰা ডোনা প্লেনেটলৈকে (পশ্চিম দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ২৭৫
১১ জি.এচ. ৰোড টাইমছ্ অ‌ৱ ইণ্ডিয়াৰ কাৰ্যালয়ৰপৰা চহৰীয়াৰ পেথলেব লৈকে (দুয়ো কাষে)(কোণীয়া ৰখো‌ৱা ঠাই) ৬০
১২ জি.এচ. ৰোড ডিহাং আৰ্কেডৰপৰা অ’ৰিয়ন পেলেচলৈকে (কোণীয়া ৰখো‌ৱা ঠাই) ২২৫
১৩ জি.এচ. ৰোড পেনাচনিক (শ্ৰীনগৰ পইণ্ট)ৰপৰা মাৰ্বল প্লাজা(হনু বড়ো পইন্টৰ ওচৰত)(পূ‌ৱ দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ২৩৫
১৪ জি.এচ. ৰোড কৃষি ভ‌ৱনৰপৰা আশা বৰা ফাউণ্ডেছনৰ বিপৰীতে (পূ‌ৱ দিশে) (কোণীয়া ৰখো‌ৱা ঠাই) ৬৩০
১৫ জি.এচ. ৰোড ভাত ঘৰৰপৰা অসম ভেলীলৈকে(পশ্চিম দিশে, একাষে) (কোণীয়া ৰখো‌ৱা ঠাই) ৪২
১৬ বি বৰু‌ৱা পথ লেনোভো(ষ্টেট বেংক এটিএম)ৰপৰা দাস ফটোষ্টেট(দক্ষিণ ফালে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২৯৬
১৭ আৰ.পি. ৰোড গোপাল বড়ো বিদ্যালয়ৰ প্ৰ‌ৱেশপথৰ পৰা ডেল্টা পাব্লিচিটি (একাষে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২০৭
১৮ আৰ.পি. ৰোড ইন ফেশ্বনৰপৰা লাইফ লাইন মেডিকোজ (পূ‌ৱ দিশে) (কোণীয়া ৰখো‌ৱা ঠাই) ৯৭
১৯ পাঞ্জাবাৰী ৰোড ফ্লাইঅভাৰ শেষ হো‌ৱাৰ(৫০ মিটাৰ আগৰ পৰা) কলাক্ষেত্ৰৰ দিশে (পূ‌ৱ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৪১৫
২০ হেঙেৰাবাৰী পথ এন.চি.ডি. কলেজৰপৰা ডিৰেক্টৰ,স্বাস্থ্য সে‌ৱাৰ কাৰ্যালয়লৈ(ফুটপাথৰ একাষে)(কোণীয়া ৰখো‌ৱা ঠাই) ১৫৫
২১ ৰাধাগোবিন্দ বৰু‌ৱা পথ দৈনিক জনমভূমিৰপৰা শ্ৰীনগৰ পথ সংযোগ স্থললৈ(দুয়ো দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৮০০
২২ ৰাধাগোবিন্দ বৰু‌ৱা পথ অপূৰ্ব সিনহা পথৰ পৰা টাঞ্জ চুপাৰ মাৰ্কেট ষ্টোৰ(পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১৮০
২৩ ৰাধাগোবিন্দ বৰু‌ৱা পথ ভৰলুপুলৰপৰা ৰাজ্যিক চিৰিয়াখানালৈ(পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৮১
২৪ জি.এন.বি. পথ এ.জি.পি. কলেজৰপৰা প্ৰেছ ক্লা‌ৱলৈ (দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৬০
২৫ জি.এন.বি. পথ প্ৰীটছ ‌ৱাইন শ্বপৰপৰা দিৰাং আৰ্কেড চানমাৰী কলনী(দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৫০
২৬ জি.এন.বি. পথ আৰ.এচ. ট্ৰেডিং(ৰোহিনী এপাৰ্টমেন্টৰ)পৰা পেৰেডাইজ হোটেললৈ(দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২১০
২৭ জি.এন.বি. পথ পেৰেডাইজ হোটেলৰপৰা গু‌ৱাহাটী সাধু ঘৰ (দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৮৪
২৮ জি.এন.বি. পথ অভিষেক মটৰ্ছৰপৰা আৰছিছ গেলাৰীলৈ(দক্ষিণ দিশে )(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৪১
২৯ জি.এন.বি. পথ ষ্টেট বেংক অ‌ৱ ইণ্ডিয়াৰ বিপৰীতে থকা শ্ৰীগুৰু ফাৰ্নিচাৰৰ পৰা লক্ষি চাৰ্ভিচৰ ওচৰত থকা এক্সিছ বেংকলৈকে(দক্ষিণ দিশে) (সমান্তৰাল ৰখো‌ৱা ঠাই) ৯০
৩০ জি.এন.বি. পথ গু‌ৱাহাটী বেকাৰীৰৰ পৰা ষ্টেট বেংক অ‌ৱ ইণ্ডিয়ালৈকে(উত্তৰ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১২০
৩১ জি.এন.বি. পথ ফাৰ্ষ্ট মেডিকোজ(শিলপুখুৰী)ৰ পৰা অপৰ্ণা হোমিঅ’ হললৈ(উত্তৰ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৫০
৩২ জি.এন.বি. পথ তালুকদাৰ এণ্ড চন্সৰপৰা ড্যা ধা‌ৱালৈ(উত্তৰ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৯০
৩৩ ডি.জি. পথ কিৰণ ট্ৰেন্সপোৰ্টৰপৰা লুইতমুখ(দক্ষিণ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৯৭
৩৪ ডি.জি. পথ জালুকবাৰী ১ নং জমা মছজিদৰপৰা শৰাইঘাট পেট্ৰল পাম্পলৈ( মছজিদ এলেকা বাদ দি)(দক্ষিণ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ২৫০
৩৫ ডি.জি. পথ নিলাচল পইন্টৰপৰা জি.আৰ.পি. গেইট,বৈৰীপাৰালৈ(উত্তৰ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ২০০
৩৬ ডি.জি. পথ শৰাইঘাট হুইণ্ডাইৰপৰা গি.আৰ.পি. গেইট,বৈৰীপাৰালৈ(উত্তৰ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৩৩০
৩৭ ডি.জি. পথ শুভ লক্ষ্মী(মালিগাওঁ চাৰিআলি)ৰপৰা লক্ষ্মী সদনলৈ(উত্তৰ দিশে )(সমান্তৰাল ৰখো‌ৱা ঠাই) ৯০০
৩৮ ডি.জি. পথ শুভ লক্ষ্মী(মালিগাওঁ চাৰিআলি)ৰপৰা প্ৰাগজ্যোতি চিনেমা হল(দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৪৫০
৩৯ ডি.জি. পথ স্কলাৰছ্ হাব(কামাখ্যা ৰ’টাৰীৰ সমীপৰ)ৰপৰা ভূতনাথলৈ (উত্তৰ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৬৩০
৪০ ডি.জি. পথ স্কলাৰছ্ হাবৰ বিপৰীত বিন্দুৰ পৰা দুৰ্গাসৰোবৰ লৈকে(দক্ষিণ দিশে )(সমান্তৰাল ৰখ‌ো‌ৱা ঠাই) ২১০
৪১ পাণ্ডু পোৰ্ট পথ (বৰা বজাৰ এলেকা) সৰকাৰ জু‌ৱেলাৰীৰপৰা পাণ্ডু কলেজলৈ (দুয়ো কাষে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৪৫৫
৪২ কে.আৰ.বি. পথ ৰাস্তাৰ এটা দিশে(সলাই থাকি)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২৫০
৪৩ টি.আৰ.পি পথ কালিৰাম বৰু‌ৱা সংযোগ স্থলৰপৰা মাছখো‌ৱা পুলিছ পইন্টলৈ(সলাই থাকি)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৩৫০
৪৪ বি.আৰ.ফুকন পথ ৰাস্তাৰ এটা দিশে(সলাই থাকি)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৩৫৩
৪৫ এচ.জে. পথ ভিজন হস্পিতালৰপৰা শি‌ৱ মন্দিৰলৈ (এটা ফালে)(সলাই থাকি)(ৰখো‌ৱা সমান্তৰাল ঠাই) ৭৮
৪৬ এচ.জে. পথ গৌশালা(কেচি দাস পথ সংযোগস্থল)ৰপৰা ছ‌ৱিপুল তিনিআলিলৈ (পশ্চিম দিশে )(কোণীয়া ৰখো‌ৱা ঠাই) ২৪০
৪৭ এচ.জে. পথ ছ‌ৱিপুল তিনিআলিৰপৰা চৰাভাটী তিনিআলিলৈ(পশ্চিম দিশ)(কোণীয়া ৰখো‌ৱা ঠাই) ৩৪৪
৪৮ এ.টি. ৰোড ৬নং গে’টৰপৰা ভৰলুমুখ পইন্ট(সলাই থাকি)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২৮৮
৪৯ এ.টি. ৰোড কৰ্নেল জে. আলি ৰোড সংযোগস্থলৰপৰা (পুলিচ ৰিজাৰ্ভৰ প্ৰ‌ৱেশপথৰ ওচৰত) বিশ্বৰত্ন হোটেল(পুলিচ ৰিজাৰ্ভৰ ফালে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২১০
৫০ এইচ্ছ বি ৰোড জিএমডিএৰ মাটিৰ তলৰ গাড়ী ৰখো‌ৱা ঠাইৰপৰা চেছন আদালতৰ চৌহদৰ প্ৰ‌ৱেশপথলৈ(কটন কলেজৰ ছাত্ৰা‌ৱাসৰ দিশে)(পশ্চিম দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৭২
৫১ কটন কলেজিয়েট স্কুল পথ মহাত্মা গান্ধী পথৰ সংযোগস্থলৰপৰা চিটিঅ’ পইন্টলৈ (পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১৩৬
৫২ এইচ্ছ বি ৰোড কটন কলেজিয়েট স্কুল পথ সংযোগস্থলৰপৰা (ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ৰ বিপৰীতে) পানবজাৰ আৰক্ষী চকীলৈকে(দক্ষিণ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৫৯
৫৩ এইচ্ছ বি ৰোড পানবজাৰ আৰক্ষী কেন্দ্ৰৰপৰা চিটি ফাৰ্মাচী সংযোগস্থললৈ(দক্ষিণ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১৫০
৫৪ এইচ্ছ বি ৰোড বাপ্তিষ্ট গীৰ্জাৰপৰা ড০ জে.চি. দাস পথ সংযোগস্থল(বাপ্তিষ্ট গীৰ্জাৰ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ৯০
৫৫ এইচ্ছ বি ৰোড কেদাৰ পথ সংযোগস্থলৰপৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰ‌ৱেশদ্বাৰ সংযোগস্থল(এটা দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১০০
৫৬ ড০ জে.ছি. দাস পথ মহাত্মা গান্ধী পথ সংযোগস্থলৰপৰা এইচ্ছ বি ৰোড সংযোগস্থললৈ(এটা দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৮০
৫৭ য়শ‌ৱন্ত পথ মহাত্মা গান্ধী পথৰ সংযোগস্থলৰপৰা সৰস্বতী পথ সংযোগস্থললৈ(এটা দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৮৬
৫৮ এচ.চি. গোস্বামী পথ মহাত্মা গান্ধী পথ সংযোগস্থলৰপৰা হৰিসভা(এক দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২০০
৫৯ কৰ্ণেল জে.আলি পথ হৰিসভাৰপৰা এচ.এচ. পথ সংযোগস্থললৈ(এটা দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৬৫
৬০ এচ.এচ. পথ আৰ.ডি. ষ্টোৰৰপৰা কৰ্নেল জে. আলি পথ সংযোগস্থল(পশ্চিম দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২০০
৬১ ডেনিছ পথ কেন্দ্ৰীয় আৰক্ষী চিকিৎসালয়ৰ প্ৰ‌ৱেশদ্বাৰৰপৰা এচ.এচ. পথ সংযোগস্থললৈকে(এটা দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ১৭৫
৬২ এ.আৰ.বি. পথ কমিছনাৰৰ পইন্টৰপৰা ডন বস্কো বিদ্যালয়লৈ (এটা দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ২৫৫
৬৩ এক্সপ্ৰেছ হাই‌ৱে য়ুনিয়ন বেংকৰপৰা আইডিবিআই বেংকলৈকে (পূব দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৮৭
৬৪ বেলতলা বশিষ্ঠ ৰোড চেন্ট্ৰেল নাৰ্চিং হোম(চাৰ্ভে)ৰপৰা বেলতলা চাৰিআলিলৈকে(দুয়ো কাষে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৪৬০
৬৫ বেলতলা বশিষ্ঠ ৰোড শংকৰদে‌ৱ নেত্ৰালয়ৰ পুৰণা কাৰ্যালয়ৰ বিপৰীত ঠাইৰপৰা এজি অফিচ সংযোগস্থললৈ(পূ‌ৱ দিশে) আৰু পুৰণা নেত্ৰালয়ৰ পৰা কে’চ কনষ্ট্ৰাকছন্ লৈকে(পশ্চিম দিশে)(কোণীয়া ৰখো‌ৱ ঠাই) ৩৫০
৬৬ নাৰেংগী ৰোড থাকুৰীয়াছ নভেল্টীৰ বিপৰীত বিন্দুৰপৰা ইজি নাৰ্চিং হোমলৈকে (উত্তৰ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২৩০
৬৭ নাৰেংগী ৰোড থাকুৰীয়াছ নভেল্টীৰপৰা চান্নী ষ্টীললৈকে (দক্ষিণ দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২০৭
৬৮ এম.আৰ.ডি. ৰোড নিহাৰীকা মেডিকোজৰপৰা শিব মন্দিৰ(লাষ্ট গে’ট,নতুন গু‌ৱাহাটী)লৈকে(দক্ষিণ দিশে), (কোণীয়া ৰখো‌ৱা ঠাই) ১১০
৬৯ এম.আৰ.ডি. ৰোড ডিভাইদাৰ বিন্দুৰ শীৰ্ষস্থানৰপৰা এম.এচ.এম.ই. ডেভেলপমেন্ট চেন্টাৰ(বামুনিমৈদাম)লৈকে (এটা দিশে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ৮৫
৭০ এ.কে. আজাদ ৰোড ছীফ কঞ্জাৰ্ভেটৰ ফৰেষ্ট অফিচৰপৰা ৰেহাবাৰী নামঘৰলৈকে(এটা দিশে)(কোণীয়া ৰখ‌ো‌ৱা ঠাই) ২৫০
৭১ এ.কে. আজাদ ৰোড ফ্ৰীজিং চেন্টাৰ/জয় কামাখ্যা ফাৰ্নিছাৰৰপৰা উমা মটৰ্ছলৈকে (দুয়ো কাষে)(সমান্তৰাল ৰখো‌ৱা ঠাই) ২২১
৭২ বি.কে. কাকতী পথ জনতা ইলেক্ট্ৰিকেল (উলুবাৰী ফ্লাইঅ’ভাৰৰ সমীপত)ৰপৰা ষ্টেট বেংক এটিএম, কছাৰীবস্তিলৈকে(ষ্টেট বেংকৰ দিশে)(কোণীয়া ৰখো‌ৱা ঠাই) ১০৫

২) গাড়ী ৰখো‌ৱাৰ মাচুলৰ হাৰ (rates of car parking)

ক্ৰমাংক ৰখো‌ৱা সময় স্কুটাৰ/মটৰচাইকেল(দুচকীয়া বাহনৰ হাৰ) কাৰ/ভান (৩/৪ চকীয়া বাহনৰ হাৰ) ট্ৰাক(চাৰিচকীয়া বাহন মাত্ৰ আদি)
প্ৰথম দুঘন্টাৰ বাবে পাঁচ টকা দহ টকা বিশ টকা
প্ৰথম দুঘন্টাৰ পাছৰ প্ৰতি ঘন্টা পাঁচ টকা দহ টকা বিশ টকা

৩) বিধি উলংঘন কৰি বাহন ৰখো‌ৱাৰ মাচুল সংগ্ৰহ কৰা ব্যক্তিৰ বিৰুদ্ধে কেনেকৈ কাক অভিযোগ দিব:

গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰৰ ওচৰত পোনপতীয়াভা‌ৱে আবেদন পত্ৰ জমা দিব পাৰিব ।