ৰাজহৰ উৎস

  • সম্পত্তি কৰ (খালী মাটি নগৰ কৰ আৰু অধিগ্ৰহন কৰকো সামৰি)
  • পেলনীয়া সামগ্ৰীৰপৰা নিষ্কাষণ শুল্ক
  • ৰাস্তা-পদূলীৰ পোহৰ-চাকিৰ শুল্ক
  • বাণিজ্য অনুজ্ঞাপত্ৰ শুল্ক
  • গাড়ী ৰখো‌ৱা মাচুল
  • জী‌ৱ-জন্তুৰ কৰ
  • ঘৰ-বাৰী ধ্বংস কৰা মাচুল
  • নিগমৰ বজাৰৰ ভাড়াঘৰৰ মাচুল
  • হোৰ্ডিং আৰু বিজ্ঞাপনৰ পৰা হো‌ৱা আয়
  • লাহে লাহে যো‌ৱা গাড়ীৰ অনুজ্ঞাপত্ৰৰ মাচুল আৰু কৰ
  • ঘৰ সজাৰ অনুমতিৰ মাচুল
  • গোটা পেলনীয়া বস্তুৰ ব্য‌ৱস্থাপনাৰ বাবে মাচুল
  • পানীৰ সংযোগ, যোগান আৰু চো‌ৱাচিতাৰ বাবদ মাচুল
  • নামজাৰী মাচুল
  • দণ্ড কৰ